Published on:
Updated on:
- ৰাজ্যত পুনৰ ২গৰাকী লোকৰ দেহত কোৰোনা।
- দুয়োগৰাকী লোকৰ ঘৰ মৰিগাঁঁৱত।
- লোক ২গৰাকীৰ আছে নিজামুদ্দিন মাৰ্কাজৰ সৈতে পৰোক্ষ সম্পৰ্ক।
- অসমত কোৰোনাৰ ৰোগীৰ সংখ্যা ৩৪ জনলৈ বৃদ্ধি।
- ইফালে এতিয়ালৈকে ৫ জন ৰোগী আৰোগ্য হৈছে।
- এজন লোকে প্ৰাণ হেৰুৱাইছে বৰ্তমানলৈকে অসমত।
Code:
Asomiya Pratidin
www.asomiyapratidin.in