শেহতীয়া খবৰ
ধেমাজিত প্ৰথমবাৰৰ বাবে জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে আবাসগৃহৰ দুৱাৰ মুকলি অনুষ্ঠান...  •  ৰাজ্যত পুনৰ ২৬৭৯ৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ৫৫,৪৯৬জনলৈ বৃদ্ধি...  •  টীয়কত নিষিদ্ধ ড্ৰাগছ ব্যৱসায় উচ্ছেদৰ দাবীত আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ...  •  সমাজসেৱীকা-ধৰ্মপ্ৰাণ স্বৰ্ণ প্ৰভা চেতিয়াৰ প্ৰথম মৃত্যু বাৰ্ষিকী উদযাপন...  •  কেৰেলাত বিমান দুৰ্ঘটনা...  •  ধেমাজিত আম আদমী পাৰ্টীৰ বান সাহায্য বিতৰণ...  •  কেৰালাত দুৰ্ঘটনাগ্ৰস্ত বিমানঃ বৈমানিকসহ নিহত ২জন, এনডিআৰএফ-অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত...  •  বিটিচিত বহিছিল অবৈধ চাকৰিৰ বজাৰ, কাৰ কাৰ চাকৰি গ’ল এতিয়া? সম্পূৰ্ণ তালিকা...  •  কেৰালাত বানৰ তাণ্ডৱ! দলং নিৰ্মাণ কৰি এনডিআৰএফ বাহিনীৰ উদ্ধাৰ অভিযান... VIDEO  •  অখিল গগৈক মুক্তিৰ দাবীত দলংঘাটত মানৱ শৃংখল কাৰ্যসূচী...

প্ৰসঙ্গঃ কাণপুৰ এনকাউন্টাৰ, পুনৰ দুজন আটক

574

ডিজিটেল ডেস্কঃ অপৰাধীৰ লগত বন্ধুত্ব কৰাৰ অপৰাধত মধ্যপ্ৰদেশৰ গোৱালিয়ৰত দুন লোকক আটক কৰিছে মধ্যপ্ৰদেশ আৰক্ষীয়ে। কাণপুৰ এনকাউন্টাৰত জড়িত থকাৰ অভিযোগ মধ্যপ্ৰদেশ আৰক্ষীৰ। শুকুৰবাৰে আটক কৰে লোক দুজনক। ধৃত লোকদুজন ওম প্ৰকাশ পাণ্ডে আৰু অনিল পাণ্ডে।

মধ্যপ্ৰদেশ আৰক্ষীয়ে আটক কৰা দুয়োজনেই বিভিন্ন অপৰাধৰ লগত জড়িত থকাৰ প্ৰমাণ লাভ কৰিছিল।

শেহতীয়াকৈ দুজন ম’ষ্ট ৱান্টেড অপৰাধীক নিজ বাসভৱনত আত্মগোপনৰ সুবিধা দিছিল ওম প্ৰকাশ পাণ্ডে আৰু অনিল পাণ্ডেই। ম’ষ্ট ৱান্টেড অপৰাধী শশী কান্ত পাণ্ডে আৰু শিৱম ডুবেক আত্ম গোপনৰ বাবে সুবিধা কৰি দিছিল নিজ বাসগৃহত। সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে মধ্য প্ৰদেশ আৰক্ষীয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি