এল অ’ চিত ভাৰতীয় সেনাৰ গুলীত নিহত ২ পাক সেনা

এল অ’ চিত ভাৰতীয় সেনাৰ গুলীত নিহত ২ পাক সেনা
  • স্বাধীনতা দিৱসৰ পূৰ্বে এল অ' চিত পাক সেনাৰ যুদ্ধ বিৰতি উলংঘন।
  • ভাৰতীয় সেনালৈ লক্ষ্য কৰি তংগধাৰ ছেক্টৰত পাক ৰেঞ্জাৰৰ গুলীবৰ্ষণ।
  • ভাৰতীয় সেনায়ো দিয়ে যোগ্য প্ৰত্যু্ত্তৰ।
  • ভাৰতীয় সেনাৰ গুলীত নিহত ২ পাক সেনা।
  • বৰ্তমানো অব্যাহত আছে সংঘৰ্ষ।
  • আজি পাকিস্তানে উদযাপন কৰিছে ৭২ সংখ্যক স্বাধীনতা দিৱস।
  • তাৰ মাজতে দেশখনৰ সেনাৰ দ্বাৰা সীমান্তত যুদ্ধ বিৰতি উলংঘন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in