অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত দুই নক্সালবাদী নিহত

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত নিহত দুই নক্সালবাদী।
  • বিশাখাপট্টনমৰ বেডাবায়লুত পুৱতি নিশা অভিযান চলাইছিল ১৯৮ বেটেলিয়ান চিআৰপিএফ আৰু অন্ধপ্ৰদেশ আৰক্ষীয়ে।
  • অভিযানৰ সময়ত নক্সালবাদীৰ গুলিচালনত আহত হয় এগৰাকী চি আৰ পি এফ জোৱান।
  • আহত জোৱানজনক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।
  • আনহাতে নক্সালবাদীৰ গুলিবৰ্ষণৰ প্ৰত্যুত্তৰ দি চিআৰপিএফ-আৰক্ষীয়ে কৰা গুলিচালনাত নিহত হয় দুজন নক্সালবাদী।
  • নিহত দুই নক্সালবাদীৰ পৰা উদ্ধাৰ বহু পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in