শেহতীয়া খবৰ
৮ বছৰে সম্পূৰ্ণ নহ'ল ৰৌতা-ওদালগুৰি সংযোগী পথ...  •  পাগলদিয়া নৈৰ বাঢ়নি পানীৰ তলত বুৰ গৈছে খৈৰকুছি প্ৰাথমিক বিদ্যালয়...  •  মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন, কথমপি প্ৰাণৰক্ষা দুজনৰ...  •  নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাত! ভাইবোৱাৰীক দাৰে আক্ৰমণ...  •  বাটগাঁৱত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্যৰ...  •  শিৱসাগৰত ড্ৰাগছসহ ৩ যুৱক আটক...  •  নলবাৰীত বিদ্যুৎ খুঁটা ভাঙি কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ...  •  এন‌আৰচিৰ বায়'মেট্ৰিক প্ৰক্ৰিয়াৰ বাবে মুকলিকৈ ধনদাবী কৰ্মচাৰীৰ! VIDEO  •  শিলচৰ ষ্টেচনত ৰে’লৰ শৌচালয়ত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ...  •  হাইলাকান্দিত ১০ কোটি টকাৰ হীৰাসহ দুগৰাকী মহিলাক গ্ৰেপ্তাৰ...

অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত দুই নক্সালবাদী নিহত

84
  • অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত নিহত দুই নক্সালবাদী।
  • বিশাখাপট্টনমৰ বেডাবায়লুত পুৱতি নিশা অভিযান চলাইছিল ১৯৮ বেটেলিয়ান চিআৰপিএফ আৰু অন্ধপ্ৰদেশ আৰক্ষীয়ে।
  • অভিযানৰ সময়ত নক্সালবাদীৰ গুলিচালনত আহত হয় এগৰাকী চি আৰ পি এফ জোৱান।
  • আহত জোৱানজনক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।
  • আনহাতে নক্সালবাদীৰ গুলিবৰ্ষণৰ প্ৰত্যুত্তৰ দি চিআৰপিএফ-আৰক্ষীয়ে কৰা গুলিচালনাত নিহত হয় দুজন নক্সালবাদী।
  • নিহত দুই নক্সালবাদীৰ পৰা উদ্ধাৰ বহু পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি