অসমত আকৌ কোৰোনাত আক্ৰান্ত দুজনৰ মৃত্যু…
- ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত দুজন লোকে হেৰুৱালে প্ৰাণ।
- মৃত্যু হোৱা লোক দুজন ক্ৰমে- যোৰহাটৰ ৰঞ্জন গগৈ আৰু চিৰাঙৰ খিৰুবালা বৰ্মন।
- এতিয়ালৈকে অসমত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৯৭৩জনলৈ পাইছে বৃদ্ধি।