ইৰাণৰ প্ৰত্যুত্তৰ!আমেৰিকাৰ দূতাৱাসৰ কাৰ্যালয়ত আক্ৰমণ…

ইৰাণৰ প্ৰত্যুত্তৰ!আমেৰিকাৰ দূতাৱাসৰ কাৰ্যালয়ত আক্ৰমণ…
  • ক্ৰমান্বয়ে বৃদ্ধি পাইছে আমেৰিকা-ইৰাণৰ সংঘাত।
  • কেইবাবাৰো ইৰাণক আমেৰিকাই আক্ৰমণ কৰাৰ পাছত ইৰাণে দিছে প্ৰত্যুত্তৰ।
  • ইৰাকৰ ৰাজধানী বাগদাদত থকা আমেৰিকাৰ দূতাৱাসৰ কাৰ্যালয়ত শনিবাৰে নিশা আক্ৰমণ ইৰাণৰ।
  • ৩ খনকৈ ৰকেটেৰে আক্ৰমণ চলায় ইৰাণে।
  • আমেৰিকাৰ দূতাৱাসৰ কাৰ্যালয় ধ্বংস হোৱাৰ লগতে কাৰ্যালয়ৰ হেলিপেডৰো ক্ষতিসাধন।
  • হতাহতিৰ সন্দৰ্ভত জানিব পৰা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in