শেহতীয়া খবৰ
চিলাপথাৰ-জোনাইত বানত বিধ্বস্ত বিদ্যুৎ সংযোগী খুটা, ব্যাহত বিদ্যুৎ সেৱা...  •  নৱেম্বৰত শুভাৰম্ভ হ’ব লখিমপুৰ মেডিকেল কলেজৰ, স্বাস্থ্য শিক্ষা আৰম্ভ কৰিবলৈ প্ৰস্তুতি তুংগত...  •  কোৰোনা বিৰোধী যুঁজত দেশৰ কিমানগৰাকী চিকিৎসকে হেৰুৱালে প্ৰাণ...  •  সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সংবাদমেল...  •  দেশৰ ৫০টা ৰেল ষ্টেচন ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ বাবে ৰেল মন্ত্ৰণালয়ৰ প্ৰস্তুতি...  •  আধাৰ কেন্দ্ৰত কোভিডৰ প্ৰট'কল ভংগঃ নাই সামাজিক দুৰত্ব, নাই মাস্ক...  •  জম্মু-কাশ্মীৰত চলোৱা অভিযানৰ বাবে দোষী ভাৰতীয় সেনা জোৱান! তদন্তৰ নিৰ্দেশ...  •  দৰঙত জাৰি ১৪৪ ধাৰা...  •  ঝাৰখণ্ডত আৰক্ষী-প্ৰতিবাদকাৰীৰ সংঘৰ্ষ, VIDEO  •  ধেমাজি জলসম্পদ বিভাগৰ গাফিলতি বাবেই ছিগিল ৰতুৱা মথাউৰি!...

লেবেননৰ ৰাজধানী বেইৰুটত দুটাকৈ ভয়ংকৰ বিস্ফোৰণৰ ঘটনা…VIDEO

926
  • মঙলবাৰে লেবেননৰ বেইৰুটত সংঘটিত হয় দুটা ভয়ংকৰ বিস্ফোৰণৰ ঘটনা।
  • এই বিস্ফোৰণত কেইবাজনো লোক আহত হৈছে।
  • স্থানীয় সময় অনুসৰি সন্ধিয়া প্ৰায় ৬ বজাত প্রথমটো বিস্ফোৰণ সংঘটিত হয়।
  • আৰু তাৰপাছত সংঘটিত হয় দ্বিতীয়টো বিস্ফোৰণ।
  • ইফালে, বিস্ফোৰণস্থলীৰ পৰা ইতিমধ্যে ১০জন লোকক উদ্ধাৰ কৰি প্ৰেৰণ কৰিছে হাস্পতাললৈ।
  • উল্লেখ্য যে, বিস্ফোৰণস্থলীৰ কাষত থকা অট্টালিকাবোৰো ক্ষতিগ্ৰস্ত হৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি