লেবেননৰ ৰাজধানী বেইৰুটত দুটাকৈ ভয়ংকৰ বিস্ফোৰণৰ ঘটনা…VIDEO

লেবেননৰ ৰাজধানী বেইৰুটত দুটাকৈ ভয়ংকৰ বিস্ফোৰণৰ ঘটনা…VIDEO
  • মঙলবাৰে লেবেননৰ বেইৰুটত সংঘটিত হয় দুটা ভয়ংকৰ বিস্ফোৰণৰ ঘটনা।
  • এই বিস্ফোৰণত কেইবাজনো লোক আহত হৈছে।
  • স্থানীয় সময় অনুসৰি সন্ধিয়া প্ৰায় ৬ বজাত প্রথমটো বিস্ফোৰণ সংঘটিত হয়।
  • আৰু তাৰপাছত সংঘটিত হয় দ্বিতীয়টো বিস্ফোৰণ।
  • ইফালে, বিস্ফোৰণস্থলীৰ পৰা ইতিমধ্যে ১০জন লোকক উদ্ধাৰ কৰি প্ৰেৰণ কৰিছে হাস্পতাললৈ।
  • উল্লেখ্য যে, বিস্ফোৰণস্থলীৰ কাষত থকা অট্টালিকাবোৰো ক্ষতিগ্ৰস্ত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in