শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২১৫জন কোভিড পজিটিভ, সুস্থ হৈছে ২৮৩২জন...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ দুজনৰ মৃত্যু...  •  বিহাৰ বিধানসভা নিৰ্বাচন...  •  ৩১ অক্টোবৰত চাব আকাশলৈ, দেখা পাব ‘ব্লু মুন’...  •  উত্তৰ প্ৰদেশৰ গো হত্যা আইনৰ অপব্যৱহাৰকলৈ উদ্বেগ প্ৰকাশ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ...  •  হাথৰছ ধৰ্ষণ-হত্যাকাণ্ডঃ মঙলবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব কিছু গুৰুত্বপূৰ্ণ ৰায়দান...  •  হাতে হাতে দা-তৰোৱাল, তিনিচুকীয়াত বজৰং দলৰ সশস্ত্ৰ বাইক ৰেলী...  •  নৱমী পূজাৰ নিশা বৰপেটাৰোডত সাংবাদিক আক্ৰমণৰ ঘটনা...  •  আইপিএলৰ পৰা বাহিৰ হ’ল চেন্নাই...  •  জম্মু-কাশ্মীৰৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ মুৰব্বী মেহবুবা মুফতীৰ মন্তব্যক লৈ সৰৱ তিনি নেতাৰ পদত্যাগ...

হিমাচলপ্ৰদেশত ভূমিস্খলনঃ বাহনৰ ওপৰত বাগৰি পৰিল প্ৰকাণ্ড শিল, নিহত দুজন, আহত ৩…

103
  • হিমাচলপ্ৰদেশৰ মন্দি জিলাৰ হানোগী মন্দিৰৰ সমীপত ভূমিস্খলন।
  • ভূমিস্খলনৰ ফলত তিনিখনকৈ বাহনৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড শিল।
  • ভূমিস্খলনত প্ৰাণ হেৰুৱাইছে ২জনকৈ লোক।
Image
  • ইফালে, আহত হৈছে আন তিনিজন লোক।
  • উল্লেখ্য যে, বাহন কেইখনে কুল্লুলৈ কঢ়িয়াই নি আছিল খাদ্য সামগ্ৰী আৰু শাক-পাচলি।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি