হিমাচলপ্ৰদেশত ভূমিস্খলনঃ বাহনৰ ওপৰত বাগৰি পৰিল প্ৰকাণ্ড শিল, নিহত দুজন, আহত ৩…

হিমাচলপ্ৰদেশত ভূমিস্খলনঃ বাহনৰ ওপৰত বাগৰি পৰিল প্ৰকাণ্ড শিল, নিহত দুজন, আহত ৩…
  • হিমাচলপ্ৰদেশৰ মন্দি জিলাৰ হানোগী মন্দিৰৰ সমীপত ভূমিস্খলন।
  • ভূমিস্খলনৰ ফলত তিনিখনকৈ বাহনৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড শিল।
  • ভূমিস্খলনত প্ৰাণ হেৰুৱাইছে ২জনকৈ লোক।
  • ইফালে, আহত হৈছে আন তিনিজন লোক।
  • উল্লেখ্য যে, বাহন কেইখনে কুল্লুলৈ কঢ়িয়াই নি আছিল খাদ্য সামগ্ৰী আৰু শাক-পাচলি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in