শেহতীয়া খবৰ
আজি প্ৰয়াগৰাজলৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ  •  ছো’ৱাইন ফ্লুত আক্ৰান্ত অমিত শ্বাহ, টুইটাৰ যোগে সকলোৰে পৰা আৰ্শীবাদ বিচাৰিলে শ্বাহে  •  শিৱসাগৰৰ খৰিকটীয়া আলিত পথ দুৰ্ঘটনা, নিহত ১  •  আজি তিনিদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী  •  পেঙাৰীত শিশু-মহিলাসহ ২০জন অবৈধ বাংলাদেশী আটক  •  পুৱাই প্ৰবল ভূমিকম্পই জোকাৰিলে নিকোবৰ...  •  এমাহ পাছত নৌ সেনাৰ যন্ত্ৰৰে উদ্ধাৰ মেঘালয়ৰ কয়লাখনিত শ্ৰমিকৰ মৃতদেহ, VIDEO  •  আজি শিল্পী দিৱস, ৰূপকোঁৱৰক সোঁৱৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচী  •  আজিৰে পৰা আৰম্ভ ঐতিহাসিক জোনবিল মেলা  •  নুমলীগড় শোধনাগাৰলৈ কেন্দ্ৰৰ ২২,৫৯৪ কোটি

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত ২ সন্ত্ৰাসবাদী

140
  • জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰে নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ।
  • ৰাজ্যখনৰ কুলগাম জিলাৰ কাটাপোৰাত সংঘটিত হয় এই সংঘৰ্ষ।
  • নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় দুজন সন্ত্ৰাসবাদী।
  • নিহত সন্ত্ৰাসবাদী দুজনৰ পৰা উদ্ধাৰ বহু পৰিমাণৰ আপত্তিজনক নথি আৰু অস্ত্ৰশস্ত্ৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি