কাঞ্চনজংঘাৰ শিখৰৰ সমীপত মৃত্যুক সাৱটিলে ২ ভাৰতীয় পৰ্বতাৰোহীেয়ে…

কাঞ্চনজংঘাৰ শিখৰৰ সমীপত মৃত্যুক সাৱটিলে ২ ভাৰতীয় পৰ্বতাৰোহীেয়ে…
  • বিশ্বৰ তৃতীয় উচ্চ পৰ্বত কাঞ্চনজংঘাৰ শিখৰৰ সমীপত মৃত্যু দুই ভাৰতীয় পৰ্বতাৰোহীৰ।
  • বৃহস্পতিবাৰে নেপালৰ এক সংবাদ মাধ্যমে প্ৰকাশ কৰে এই খবৰ।
  • কাঞ্চনজংঘা পৰ্বতাৰোহণ কৰিবলৈ যোৱাৰ সময়তে মৃত্যুক আঁকোৱালি লয় পৰ্বতাৰোহী দুজনে।
  • মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও শীতৰ বাবেই মৃত্যু ঘটাৰ সন্দেহ দুয়োজনৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in