দুটাকৈ ভয়ংকৰ ভূমিকম্পৰ জোঁকাৰণি…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • বৃহস্পতিবাৰে দুটাকৈ ভয়ংকৰ ভূমিকম্পই জোকাৰি গ'ল দক্ষিণ জাপান।
  • ভূমিকম্পৰ ফলত প্ৰচন্দ জোঁকাৰণি অনুভূত হয়।
  • বহুসময় ধৰি অনুভূত হৈছে এই জোঁকাৰণি।
  • ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৬.৩।
  • ইফালে দ্বিতীয়টো ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৫.১।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in