বুধবাৰে অসমত কোৰোনাত আক্ৰান্ত হৈ দুগৰাকী ৰোগীৰ মৃত্যু…

বুধবাৰে অসমত কোৰোনাত আক্ৰান্ত হৈ দুগৰাকী ৰোগীৰ মৃত্যু…

ডিজিটেল ডেস্কঃ বুধবাৰে কৰোনাত আক্ৰান্ত হৈ দুগৰাকী ৰোগীৰ মৃত্যু। এই তথ্য ছচিয়েল মিডিয়াযোগে সদৰি কৰিলে স্বাস্থ্যমন্ত্ৰীয়ে। মৃত ব্যক্তিদুজনৰ নাম হৈছে তুণা ৰাওঁট আৰু ত্ৰৌলোক্য ৰয়। যোৰহাট আৰু গোৱালপাৰাৰ নিৱাসী এই ব্যক্তি দুজনৰ মৃত্যুত শোক ব্যক্ত কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in