শেহতীয়া খবৰ
চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  নলবাৰী নাট্য মন্দিৰত চলচ্চিত্ৰ 'অৰ্জুন' উন্মোচন...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ২১ জন...  •  জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...

বুধবাৰে অসমত কোৰোনাত আক্ৰান্ত হৈ দুগৰাকী ৰোগীৰ মৃত্যু…

250

ডিজিটেল ডেস্কঃ বুধবাৰে কৰোনাত আক্ৰান্ত হৈ দুগৰাকী ৰোগীৰ মৃত্যু। এই তথ্য ছচিয়েল মিডিয়াযোগে সদৰি কৰিলে স্বাস্থ্যমন্ত্ৰীয়ে। মৃত ব্যক্তিদুজনৰ নাম হৈছে তুণা ৰাওঁট আৰু ত্ৰৌলোক্য ৰয়। যোৰহাট আৰু গোৱালপাৰাৰ নিৱাসী এই ব্যক্তি দুজনৰ মৃত্যুত শোক ব্যক্ত কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Image may contain: text that says "Himanta Biswa Sarma @himantabiswa 000 Deeply saddened by the demise of two #COVID patients today~ Late Tunna Raut 32 of Jorhat and Late Trailukya Ray (50) of Goalpara. Condolences and prayers! Om Shanti 7:29 PM Dec 2. 2020 Twitter for Android"

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি