মুখ্য-পৃষ্ঠাৰাষ্ট্ৰীয় জম্মু-কাশ্মীৰত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘা, নিহত ২, আহত ৭… অসমীয়া প্ৰতিদিন ৰ দ্বাৰা Dec 3, 2019 ত শেষ সম্পাদনা কৰা হৈছে 173 শ্বেয়াৰ কৰক জম্মু-কাশ্মীৰত পাকিস্তানৰ যুদ্ধবিৰতি উলংগা।জম্মু-কাশ্মীৰৰ শ্বাহপুৰ ছেক্টৰত পাক সেনাৰ গুলীবৰ্ষণ।পাকিস্তানৰ গুলীবৰ্ষণত নিহত দুজন নিৰীহ লোক নিহত।ইফালে, গুৰুতৰভাৱে আহত ৭জন স্থানীয় লোক। 173 শ্বেয়াৰ কৰক