শেহতীয়া খবৰ
লোকসভা নিৰ্বাচন কোন সমষ্টিৰ পৰা খেলিব মোহময়ী অভিনেত্ৰী উৰ্মিলাই...  •  তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে দাখিল কৰিলে মনোনয়ন  •  প্ৰতিষ্ঠাপক অধ্যক্ষ নৰেশ গোৱেলে এৰিব জেট এয়াৰৱেইজ...  •  মনোনয়ন পত্ৰ দাখিল মঙ্গলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ  •  এক নম্বৰী বিজেপিৰ স্থান নাই বিজেপিতঃ তৰুণ গগৈ  •  মঙলদৈ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাৰ মনোনয়ন দাখিল  •  লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই দাখিল কৰিলে মনোনয়ন  •  মুখ্যমন্ত্ৰীক লগত লৈ যোৰহাটত মনোনয়ন তপন গগৈৰ  •  যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ আগমনৰ পূৰ্বে মন্টু দত্তৰ অৰ্ধ উলংগ প্ৰতিবাদ...  •  আদালতৰ ক্লিন শ্বীটৰ পাছতেই মনোনয়ন পত্ৰ সংগ্ৰহ কৰিলে ৰাজেন গোহাঁয়ে...

ভোগালী বিহুৰ আনন্দ-উচাহৰ মাজতেই ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল দুই অসম কন্যা…

641

ডিজিটেল ডেস্কঃ ভোগালী বিহুৰ আনন্দ-উল্লাসৰ মাজতেই অসমলৈ সুনাম কঢ়িয়াই আনিলে দুই অসম কন্যাই। চলিত বৰ্ষৰ ৩ জানুৱাৰীৰ পৰা ৯ জানুৱাৰীলৈকে দিল্লীৰ থ্যাগৰাজ ষ্টেডিয়ামত স্কুল গেমছ ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ দ্বাৰা আয়োজিত ৬৪ তম্ ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগাসন প্ৰতিযোগিতাত ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰে অসম কন্যা দুগৰাকীয়ে।

নগাঁৱৰ ৰেনেছা কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰী ক্ৰমে অংকিতা শৰ্মাই আৰ্টিষ্টিক শাখাত ৰূপৰ পদক আৰু ৰিদমিক শাখাত মিতালী শৰ্মাই ব্ৰঞ্জৰ পদক লাভ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি