শেহতীয়া খবৰ
সংসদৰ শীতকালীন অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে কি ক’লে প্ৰধানমন্ত্ৰী মোডীয়ে... চাওঁক VIDEO  •  দেশৰ ৪৭সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত ল’লে ন্যায়াধীশ শাৰদ অৰবিন্দ ববডেই, চাওক VIDEO  •  অভয়াপুৰীত বিজেপি কৰ্মীক হত্যা, দলঙৰ তলত উদ্ধাৰ মৃতদেহ...  •  পৰ পুৰুষৰে পত্নীৰ সম্পৰ্ক! কামপুৰত পত্নী-শহুৰৰ পৰিয়ালে বিহ খুৱাই হত্যা কৰাৰ সন্দেহ যুৱকক...  •  বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ২জন  •  মহানগৰীত ৱৰ্ল্ড ডে অফ ৰিমেম্বাৰেঞ্চ উদযাপন, পথ দুৰ্ঘটনাত নিহত সকলক স্মৰণ  •  মহানগৰীত সেনাৰ সহযোগত বন বিভাগে পানী টেংকীৰ পৰা উদ্ধাৰ কৰিলে পোৱালিসহ এটা হাতী  •  পুৰণিগুদামত চোৰাং গৰু ভৰ্তি বাহন উদ্ধাৰ, চামগুৰি আৰক্ষী ভূমিকাত সন্দেহ স্থানীয় ৰাইজৰ  •  জম্মু-কাশ্মীৰৰ হীৰানগৰ চেক্টৰত যুদ্ধ বিৰতি উলংঘন পাক সেনাৰ  •  মৃত্যু নহয়! বন বিভাগে হত্যা কৰিলে কৃষ্ণক...

মানকাচৰৰ পুৱেৰ গাঁৱত নিচাযুক্ত টেবলেটসহ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ দুজন

85
  • মানকাচৰৰ পুৱেৰ গাঁৱত মানকাচৰ আৰক্ষীৰ অভিযান।
  • অভিযানত গ্ৰেপ্তাৰ দুই টেবলেট সৰবৰাহকাৰী।
  • ধৃত দুজনৰ নাম ইলিয়াচুৰ ৰহমান আৰু সোনা মিয়া বুলি জানিব পৰা গৈছে।
  • দুয়োজনৰ পৰা ৪৫৮ টা এছপি টেবলেট উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি