বেংক বিষয়া জুনু শৰ্মাৰ হত্যাৰ অভিযোগত পুনৰ দুজনক আটক হাজো আৰক্ষীৰ

বেংক বিষয়া জুনু শৰ্মাৰ হত্যাৰ অভিযোগত পুনৰ দুজনক আটক হাজো আৰক্ষীৰ
  • বেংক বিষয়া জুনু শৰ্মাৰ হত্যাৰ সন্দেহত পুনৰ দুজনক গ্ৰেপ্তাৰ হাজো আৰক্ষীৰ।
  • সোমাবাৰে গ্ৰেপ্তাৰ হ'ল ছাদ্দাম হুছেইন আৰু মণ্টু আলী নামৰ দুই অভিযুক্ত।
  • গ্ৰেপ্তাৰৰ পিছতে আদালতত হাজিৰ কৰোৱা হয় অভিযুক্ত দুজনক।
  • ১৩ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ।
  • জুনু শৰ্মাৰ হত্যাৰ অভিযোগত অভিযুক্তৰ সংখ্যা ৫জনলৈ বৃদ্ধি।
  • ৯ অক্টোবৰত আগিয়াঠুৰিত গুলিয়াই হত্যা কৰা হৈছিল জুনু শৰ্মাক।
  • দদৰা এছবিআই শাখাৰ চাৰ্ভিছ মেনেজাৰ আছিল জুনু শৰ্মা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in