জম্মু-কাশ্মীৰৰ অনন্তনাগত পুনৰ আহত ভাৰতীয় সেনা

জম্মু-কাশ্মীৰৰ অনন্তনাগত পুনৰ আহত ভাৰতীয় সেনা

  • জম্মু-কাশ্মীৰৰ অনন্তনাগত পুনৰ আহত ভাৰতীয় সেনা।
  • সন্ত্ৰাসবাদীৰে সংঘৰ্ষত আহত হয় ১৯ ৰাষ্ট্ৰীয় ৰাইফলছৰ এগৰাকী মেজৰ আৰু এজন সেনা জোৱান।
  • অঞ্চলটোত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাইছিল ১৯ ৰাষ্ট্ৰীয় ৰাইফলৰ জোৱানে।
  • গোপন সূত্ৰৰ ভিত্তিত চলোৱা হৈছিল এই অভিযান।
  • এতিয়াও সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত অব্যাহত আছে প্ৰচণ্ড গুলিয়াগুলী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in