১২ ঘন্টাৰ বাবে টুইটাৰ কতৃপক্ষই কিয় টুইটাৰত ব্লক কৰিলে ড’নাল্ড ট্ৰাম্পক…

১২ ঘন্টাৰ বাবে টুইটাৰ কতৃপক্ষই কিয় টুইটাৰত ব্লক কৰিলে ড’নাল্ড ট্ৰাম্পক…

ডিজিটেল ডেস্ক : আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল ঘোষনা কৰাৰ পিছতো বিতৰ্ক অব্যহত আছে । ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ সমৰ্থক সকলে হোৱাইট হাউচ আৰু কেপিটেল হিলছত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰে । যাৰ ফলত পৰিসৰ ভিতৰত প্ৰবেশ আৰু প্ৰস্থান বন্ধ কৰি দিয়া হৈছিল ।

উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সময়তে কেপিটেল হিলছত ঘোষনা কৰিছিল যে বাহ্যিক সুৰক্ষাৰ ভাবুকিৰ বাবে কেপিটেল হিলছত কোনো ব্যক্ত প্ৰৱেশ কৰিব নোৱাৰিব । ইফালে এই ঘটনাৰ পিছত টুইটাৰে ড'নাল্ড ট্ৰাম্পৰ কিছু সংখ্যক টুইট আতৰাই দিয়াৰ লগতে ১২ ঘন্টাৰ বাবে ট্ৰাম্পৰ টুইটাৰ ব্লক কৰি দিয়ে টুইটাৰ কতৃপক্ষই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in