শেহতীয়া খবৰ
চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  নলবাৰী নাট্য মন্দিৰত চলচ্চিত্ৰ 'অৰ্জুন' উন্মোচন...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ২১ জন...  •  জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...

১২ ঘন্টাৰ বাবে টুইটাৰ কতৃপক্ষই কিয় টুইটাৰত ব্লক কৰিলে ড’নাল্ড ট্ৰাম্পক…

139

ডিজিটেল ডেস্ক : আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল ঘোষনা কৰাৰ পিছতো বিতৰ্ক অব্যহত আছে । ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সমৰ্থক সকলে হোৱাইট হাউচ আৰু কেপিটেল হিলছত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰে । যাৰ ফলত পৰিসৰ ভিতৰত প্ৰবেশ আৰু প্ৰস্থান বন্ধ কৰি দিয়া হৈছিল ।

উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সময়তে কেপিটেল হিলছত ঘোষনা কৰিছিল যে বাহ্যিক সুৰক্ষাৰ ভাবুকিৰ বাবে কেপিটেল হিলছত কোনো ব্যক্ত প্ৰৱেশ কৰিব নোৱাৰিব । ইফালে এই ঘটনাৰ পিছত টুইটাৰে ড’নাল্ড ট্ৰাম্পৰ কিছু সংখ্যক টুইট আতৰাই দিয়াৰ লগতে ১২ ঘন্টাৰ বাবে ট্ৰাম্পৰ টুইটাৰ ব্লক কৰি দিয়ে টুইটাৰ কতৃপক্ষই ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি