শেহতীয়া খবৰ
দিল্লীত এতিয়া কেনে পৰিস্থিতি...  •  ঐতিহাসিক জিমখানাত অনুষ্ঠিত নহয় গভৰ্নচ কাপ, দুখ প্ৰকাশ ঘোঁৰাৰ গৰাকীৰ, VIDEO  •  গুৱাহাটীত শুকুৰবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য...  •  গুৱাহাটীত শুকুৰবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য...  •  হায়দৰাবাদত বাসগৃহৰ দেৱাল খহি প্ৰাণ গ’ল ৩ শিশুৰ  •  সোনাজুৰিৰ লাংখাঙত গাড়ীসহ চোৰাং কাঠ জব্দ  •  সম্পন্ন হ'ল ইণ্ডো-নগা ৰাজনৈতিক আলোচনা, গ্ৰহণ কৰা হয় ৩ আগষ্টত ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টত স্বাক্ষৰ কৰাৰ সিদ্ধান্ত...  •  টীয়কক মহকুমা ঘোষণাৰ দাবীৰে আছু-যুৱ ছাত্ৰ পৰিষদৰ মুখ্যমন্ত্ৰী, মুখ্য সচিবলৈ স্মাৰকপত্ৰ  •  ৰহাত অনুসূচিত জাতি পৰিষদৰ কেন্দ্ৰীয় বাৰ্ষিক সাধাৰণ সভাৰ আয়োজন  •  আই বি বিষয়া অংকিত শৰ্মাৰ হত্যাৰ গোচৰত তাহিৰ হুছেইনক আপৰ পৰা বহিষ্কাৰ...

হঠাৎ নিষ্ক্ৰিয় হৈ পৰিল টুইটাৰ!

669
  • হঠাৎ নিষ্ক্ৰিয় হৈ পৰিছিল মাইক্ৰব্লগিং ছাইট ছুইটাৰ।
  • বিশ্বৰ বিভিন্ন প্ৰান্তত নিষ্ক্ৰিয় হৈ পৰে এই মাইক্ৰব্লগিং ছাইটটো।
  • ভাৰত, জাপান, ইংলেণ্ডকে ধৰি ছাউথ আমেৰিকা, ইউৰোপ আৰু নৰ্থ আমেৰিকাৰ টুইটাৰ ব্যৱহাৰকাৰী সকলে কৰিব পৰা নাছিল টুইট।
  • টুইট কৰিব বিচাৰিলেই তেওঁলোকলৈ আহিছিল এটা বাৰ্তা- ‘something went wrong. Try again
  • এন্ড্ৰইড আই অ এছ এপছ সকলোতেই নিষ্ক্ৰিয় হৈছিল টুইটাৰ।
  • ভাৰতীয় সময় মতে নিশা ৮ বজাৰ বজাৰ পৰা আধা ঘণ্টাৰ বাবে নিষ্ক্ৰিয় হৈছিল টুইটাৰ।
  • এই সন্দৰ্ভত অৱশ্যে টুইটাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা ইয়াৰ কাৰণ সন্দৰ্ভত কোনো কথা প্ৰকাশ কৰা হোৱা নাই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি