উত্তৰ প্ৰদেশত জিএছটি ফ্ৰী ঘোষণা অজয় দেৱগণৰ ‘তানহাজীঃ দ্য আনচাং ৱাৰিৱৰ’…

উত্তৰ প্ৰদেশত জিএছটি ফ্ৰী ঘোষণা অজয় দেৱগণৰ ‘তানহাজীঃ দ্য আনচাং ৱাৰিৱৰ’…
  • উত্তৰ প্ৰদেশত জিএছটি ফ্ৰী ঘোষণা হিন্দী ছবি 'তানহাজীঃ দ্য আনচাং ৱাৰিৱৰ'
  • উত্তৰ প্ৰদেশ চৰকাৰে মঙলবাৰে ছবিখনৰ প্ৰদৰ্শনত জিএছমুক্তি ঘোষণা কৰে।
  • ১৬ শ শতিকাৰ মাৰাঠা সেনাধিনায়ক তানহাজী মালুচাৰেৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছে ছবিখন।
  • ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰিছে অজয় দেৱগণে।
  • আন দুটা মুখ্য চৰিত্ৰত অভিনয় কৰিছে কাজল আৰু চৈফ আলী খানেও।
  • ১৫০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা ছবিখনৰ মুক্তি লাভৰ ৩ দিনৰ বক্স অফিচ কালেকশ্যন হৈছে ৬১.৭৫ কোটি টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in