হায়দৰাবাদত টিএছআৰটিচিৰ কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ… VIDEO

হায়দৰাবাদত টিএছআৰটিচিৰ কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ… VIDEO

  • হায়দৰাবাদত উত্তপ্ত পৰিস্থিতি।
  • তেলেংগানা ৰাজ্যিক পৰিৱহন নিগম (টিএছআৰটিচি)ৰ কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ অব্যাহত।
  • হায়দৰাবাদৰ টেংক বাণ্ডত সাব্যস্ত কৰে এই প্ৰতিবাদ।
  • যোৱা ৫ অক্টোবৰ, ২০১৯ৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি আহিছে টিএছআৰটিচিৰ কৰ্মচাৰীসকলে।
  • টিএছআৰটিচিক ৰাজ্য চৰকাৰৰ অন্তৰ্গত কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী।
  • প্ৰতিবাদস্থলীত আৰক্ষীৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in