শেহতীয়া খবৰ
দুৰ্লভ নাথক কাৰণ দৰ্শোৱাৰ জাননী ৰাজ্যিক বিজেপিৰ… • এখন গাঁও, দুই শতাধিক দিব্যাংগ আৰু বিদ্যালয়ৰ মুখ নেদেখা কিশোৰবোৰ... • পুনৰ বৃ্দ্ধিঃ ৰাজ্যত আকৌ ৫১গৰাকীৰ দেহত কোৰোনা... • হাতী-মানুহৰ সংঘাত: নাৰায়ণপুৰত হাহাকাৰ অৱস্থা… • মঙলদৈৰ অল্পনাৰ জীৱন সংগ্ৰামঃ বাৰীৰ কঁচু-ঢেকীয়া বিক্ৰী কৰি পোহপাল দিছে পিতৃ-মাতৃক... • জাজৰি উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ কেন্দ্ৰত বহিঃৰাজ্যৰ পৰা অহা পৰা অহা ৮০লোকক কোৱাৰেণ্টাইন... • অৰুণাচল প্ৰদেশত পুনৰ বৃদ্ধি কোৰোনা ৰোগীৰ সংখ্যা... • নগাঁও চহৰত নিশা যুৱকৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা, আৰক্ষীৰ শূন্যলৈ গুলী চালনা... • মুপা আৰু মাইবাং ষ্টেচনৰ মাজত ব্যাহত ৰেল সেৱা... • বৰ্ণ বৈষম্যতা! আৰক্ষীৰ হাতত কৃষ্ণাংগৰ মৃত্যুক লৈ ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ হাজাৰ হাজাৰ জনতাৰ...

হায়দৰাবাদত টিএছআৰটিচিৰ কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ… VIDEO

67
  • হায়দৰাবাদত উত্তপ্ত পৰিস্থিতি।
  • তেলেংগানা ৰাজ্যিক পৰিৱহন নিগম (টিএছআৰটিচি)ৰ কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ অব্যাহত।
  • হায়দৰাবাদৰ টেংক বাণ্ডত সাব্যস্ত কৰে এই প্ৰতিবাদ।
  • যোৱা ৫ অক্টোবৰ, ২০১৯ৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি আহিছে টিএছআৰটিচিৰ কৰ্মচাৰীসকলে।
  • টিএছআৰটিচিক ৰাজ্য চৰকাৰৰ অন্তৰ্গত কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী।
  • প্ৰতিবাদস্থলীত আৰক্ষীৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি