নৰেন্দ্ৰ মোডীৰ পুনৰ আগমনে আমি দ্বৈতভাৱে আৰম্ভ কৰা কামবোৰ সমাধা কৰিবঃ ডোনাল্ড ট্ৰাম্প

নৰেন্দ্ৰ মোডীৰ পুনৰ আগমনে আমি দ্বৈতভাৱে আৰম্ভ কৰা কামবোৰ সমাধা কৰিবঃ ডোনাল্ড ট্ৰাম্প
  • আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ অভিনন্দনসূচক বাৰ্তা।
  • ২০১৯ৰ লোকসভা নিৰ্বাচনত বিজেপিৰ ঐতিহাসিক ফলাফলৰ বাবে অভিনন্দন জনালে ট্ৰাম্পে।
  • নৰেন্দ্ৰ মোডীৰ পুনৰ আগমনে আমেৰিকা আৰু ভাৰতৰ দ্বৈত কামক অগ্ৰগতি প্ৰদান কৰিব বুলি মন্তব্য ট্ৰাম্পৰ।
  • 'আমি একেলেগে আমাৰ প্ৰয়োজনীয় কামসমূহ সম্পন্ন কৰিব পাৰিম।'
  • 'দুয়োখন ৰাষ্ট্ৰ অধিক উন্নয়নৰ দিশে আগবাঢ়িবলৈ সক্ষম হ'ব এতিয়া।'
  • এই মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in