যোৰাবাটৰ ন মাইলত ৰাজপথত দাউদাউকৈ জ্বলিল দুখনকৈ ট্ৰাক

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • যোৰাবাটৰ ন মাইলত ৰাজপথৰ বুকুত ভয়ংকৰ অগ্নিকাণ্ড।
  • দাউ দাউকৈ জ্বলি উঠিল দুখন ট্ৰাক।
  • খেৰ কঢ়িয়াই অনা হৈছিল ট্ৰাক দুখনত।
  • কোনো দুৰ্বৃত্তই ট্ৰাক দুখনত অগ্নি সংযোগ কৰাৰ সন্দেহ।
  • ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপন কৰে জুই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in