মন্ত্ৰীসভাৰ পৰা হঠাৎ কোন মন্ত্ৰীক বাহিৰ কৰিলে মুখ্যমন্ত্ৰীয়ে…

মন্ত্ৰীসভাৰ পৰা হঠাৎ কোন মন্ত্ৰীক বাহিৰ কৰিলে মুখ্যমন্ত্ৰীয়ে…
  • ত্ৰিপুৰাৰ মন্ত্ৰীসভাৰ পৰা আতৰোৱা হৈছে এগৰাকী মন্ত্ৰী।
  • সুদীপ ৰয় বৰ্মন নামৰ মন্ত্ৰীগৰাকীক কেবিনেটৰ পৰা বাহিৰ।
  • স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা, তথ্য, বিজ্ঞান আৰু প্ৰযুক্তি আৰু গড়কাপ্তানী মন্ত্ৰী আছিল ৰয় বৰ্মন।
  • মন্ত্ৰীজনৰ হাতত থকা বিভাগ সমূহৰ ভিতৰত গড়কাপ্তানী আৰু স্বাস্থ্য বিভাগ ৰাখিছে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে নিজৰ হাতত।
  • উপ মুখ্যমন্ত্ৰী জিঞ্চু দেৱ বৰ্মাই লৈছে আন বিভাগ সমূহৰ দায়িত্ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in