ত্ৰিপুৰাত আৰক্ষীৰ গুলীত আহত হোৱা সকলক খবৰ ল’বলৈ যোৱা নেছ’ৰ প্ৰতিনিধি দলক আৰক্ষীয়ে কৰিলে আৱদ্ধ

  • ত্ৰিপুৰাৰ খুমলুঙত আৰক্ষীয়ে আৱদ্ধ কৰি ৰাখিছে নেছ'ৰ প্ৰতিনিধি দলক।
  • IPFTৰ আহত সদস্যৰ খবৰ ল'বলৈ গৈছিল নেছ'ৰ দলটো।
  • খুমলুঙৰ হাস্পতালত চিকিৎসাধীন মাধৱবাৰীৰ ঘটনাত আহতসকল।
  • নেছ'ৰ প্ৰতিনিধি দলটোত আছে নেছ'ৰ উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্যও।
  • ত্ৰিপুৰাত বৰ্তমানো অব্যাহত আছে উত্তেজনা।
  • বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট আৰু এছ এম এছ সেৱা।
  • ৮ জানুৱাৰীত উত্তৰ–পূব বন্ধৰ সময়ত আৰক্ষীৰ গুলীত আহত হৈছিল ৬জন লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in