শেহতীয়া খবৰ
মঙলবাৰে সন্ধিয়ালৈকে প্ৰকাশ পাব বিজেপি প্ৰাৰ্থীৰ প্ৰথমখন তালিকা...  •  মঙলবাৰে সন্ধিয়ালৈকে প্ৰকাশ পাব বিজেপি প্ৰাৰ্থীৰ প্ৰথমখন তালিকা...  •  মুখ খুলি নক’লেও টিকট নাপায় বহু অসন্তুষ্টিত আছে কামাখ্যা প্ৰসাদ তাছা...  •  অন্তঃত এদিনৰ বাবে সকাহ…  •  গোৱালপাৰাত ৩দিনীয়া কাৰ্যসূচীৰে ৰাভা ছাত্ৰ সন্থাৰ দ্বাদশ দ্বি-বাৰ্ষিক অধিবেশন, VIDEO  •  যমদুৱাৰ বনভোজস্থলীত অঘটন, নদীত পৰি সন্ধানহীন অৰুণাচলৰ ছাত্ৰ...  •  চৰাইদেউত বিকল খোৱাপানী যোগান আঁচনি, ক্ষুব্ধ স্থানীয় ৰাইজ... VIDEO  •  নাজিৰাত দুৰ্বৃত্তই হত্যা কৰি মৃতদেহ পেলাই দিলে পুখুৰীত...  •  দিল্লীৰ বিবাহস্থলীত দুৰ্বৃত্তৰ গুলীবৰ্ষণ, গুৰুতৰভাৱে আহত এজন  •  মঙলবাৰে নিৰ্বাচনী আয়োগৰে ছ’চিয়েল মিডিয়াৰ প্ৰতিনিধিৰ গুৰুত্বপূৰ্ণ বৈঠক...

ত্ৰিপুৰাত আৰক্ষীৰ গুলীত আহত হোৱা সকলক খবৰ ল’বলৈ যোৱা নেছ’ৰ প্ৰতিনিধি দলক আৰক্ষীয়ে কৰিলে আৱদ্ধ

340
  • ত্ৰিপুৰাৰ খুমলুঙত আৰক্ষীয়ে আৱদ্ধ কৰি ৰাখিছে নেছ’ৰ প্ৰতিনিধি দলক।
  • IPFTৰ আহত সদস্যৰ খবৰ ল’বলৈ গৈছিল নেছ’ৰ দলটো।
  • খুমলুঙৰ হাস্পতালত চিকিৎসাধীন মাধৱবাৰীৰ ঘটনাত আহতসকল।
  • নেছ’ৰ প্ৰতিনিধি দলটোত আছে নেছ’ৰ উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্যও।
  • ত্ৰিপুৰাত বৰ্তমানো অব্যাহত আছে উত্তেজনা।
  • বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট আৰু এছ এম এছ সেৱা।
  • ৮ জানুৱাৰীত উত্তৰ–পূব বন্ধৰ সময়ত আৰক্ষীৰ গুলীত আহত হৈছিল ৬জন লোক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি