শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

ত্ৰিপুৰাত ৯ জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ, জব্দ প্ৰায় ৪০ লাখ টকাৰ ড্ৰাগছ…

306
  • আগৰতলাত ৯ জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ ।
  • বুধবাৰে ত্ৰিপুৰা আৰক্ষীয়ে দুই স্থানৰ পৰা গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰী কেইজনক ।
  • ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ পৰা ২৩ গ্ৰাম ব্ৰাউন চুগাৰ আৰু ৬০ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে ।
  • আৰক্ষীয়ে জানিব দিয়া অনুসৰি ড্ৰাগছ সমূহৰ মূল্য ৩০ ৰ পৰা প্ৰায় ৪০ লাখ টকা ।
  • ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ পৰা ১.৩ লাখ টকাৰ লগতে এখন চাৰিচকীয়া বাহন, দুখন বাইক, ৬টা মোবাইল জব্দ কৰে আৰক্ষীয়ে ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি