ত্ৰিপুৰাত ৯ জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ, জব্দ প্ৰায় ৪০ লাখ টকাৰ ড্ৰাগছ…

ত্ৰিপুৰাত ৯ জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ, জব্দ প্ৰায় ৪০ লাখ টকাৰ ড্ৰাগছ…
  • আগৰতলাত ৯ জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ ।
  • বুধবাৰে ত্ৰিপুৰা আৰক্ষীয়ে দুই স্থানৰ পৰা গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰী কেইজনক ।
  • ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ পৰা ২৩ গ্ৰাম ব্ৰাউন চুগাৰ আৰু ৬০ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে ।
  • আৰক্ষীয়ে জানিব দিয়া অনুসৰি ড্ৰাগছ সমূহৰ মূল্য ৩০ ৰ পৰা প্ৰায় ৪০ লাখ টকা ।
  • ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ পৰা ১.৩ লাখ টকাৰ লগতে এখন চাৰিচকীয়া বাহন, দুখন বাইক, ৬টা মোবাইল জব্দ কৰে আৰক্ষীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in