বিজেপি চৰকাৰ বিকাশৰ পঞ্চধাৰাঃ ত্ৰিপুৰাৰ জনসভাত প্ৰধানমন্ত্ৰী মোডী

বিজেপি চৰকাৰ বিকাশৰ পঞ্চধাৰাঃ ত্ৰিপুৰাৰ জনসভাত প্ৰধানমন্ত্ৰী মোডী
  • ত্ৰিপুৰাত বিশাল জনসভাত প্ৰধানমন্ত্ৰী মোদী।
  • ত্ৰিপুৰাবাসীক সম্বোধন কৰি মোদীয়ে কয় – যেতিয়া মই ইয়াৰ পূৰ্বে আহিছিলো, তেতিয়া HIRA অৰ্থাৎ HIGHWAY, I-WAY, RAILWAY আৰু AIRWAYৰ কথা কৈছিলো।
  • আজি যিসমূহ প্ৰকল্পৰ উদ্বোধন কৰা হ'ল, সেয়া HIRAৰে প্ৰতিবিম্ব।
  • বিজেপি চৰকাৰ বিকাশৰ পঞ্চধাৰা বুলি মন্তব্য মোদীৰ।
  • শিশুক শিক্ষা, যুৱক–যুৱতীক উপাৰ্জন, বয়োজ্যেষ্ঠক ঔষধ, কৃষকক পানী আৰু জনতাৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে চৰকাৰে কাম কৰি আছে।
  • ত্ৰিপুৰাৰ বিকাশৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কোনো ত্ৰুটি ৰখা নাই বুলিও মন্তব্য মোদীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in