শেহতীয়া খবৰ
কোৰোনাত আক্ৰান্ত হৈ কি ক'লে ভাস্কৰজ্যোতি মহন্তই...  •  ট্ৰাম্প সংবাদ মেলত ব্যস্ত থকাৰ সময়তেই আমেৰিকাৰ হোৱাইট হাউচত গুলীবৰ্ষণ...  •  ধেমাজি টাউন ব্ল’ক কংগ্ৰেছৰ উদ্যোগত "পৰিবেশ প্ৰভাৱ নিৰূপন খচৰা ২০২০"ৰ বিৰুদ্ধে সজাগতামূলক সভা-মানৱ শৃংখল কাৰ্যসূচী...  •  ধেমাজি প্ৰেছ ক্লাৱত বিধায়ক ৰনোজ পেগুৰ সংবাদমেল...  •  দেশৰ শীৰ্ষ ৫ ‘আৰ্ম ৰেছলাৰ’ৰ ভিতৰত স্থান লাভ অসমৰ সিদ্ধাৰ্থ মালাকাৰৰ...  •  দেশৰ শীৰ্ষ ৫ ‘আৰ্ম ৰেছলাৰ’ৰ ভিতৰত স্থান লাভ অসমৰ সিদ্ধাৰ্থ মালাকাৰৰ...  •  ৰাজ্যত পুনৰ ২৯০০ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৬১,৭৩৭জনলৈ বৃদ্ধি...  •  প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মগজুৰ অস্ত্ৰোপচাৰ সম্পন্ন, ৰখা হৈছে ভেন্টিলেটৰ ছাপৰ্টত...  •  দূৰদৰ্শনত ‘শ্ৰীমন্ত শংকৰদেৱ’ ধাৰাবাহিকখনৰ সম্প্ৰচাৰ বন্ধৰ দাবী শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক মিছনৰ...  •  অসম সহ ৬ ৰাজ্যৰ বান পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে আলোচনা প্রধানমন্ত্ৰীৰ...

হাস্পতালৰ তৃতীয় মহলাৰ পৰা জপিয়াই আত্মহত্যা কোভিড আক্ৰান্ত ৰোগীৰ…

258

ডিজিটেল ডেস্কঃ ত্ৰিপুৰাত চাঞ্চল্যকৰ ঘটনা। হাস্পতালৰ তৃতীয় মহলাৰ পৰা জপিয়াই আত্মহত্যা কোভিড আক্ৰান্ত ৰোগীৰ। আৰক্ষীৰ সুত্ৰত প্ৰকাশ পোৱা মতে ৰেপিড এন্টিজেন্ট টেষ্টত কোভিড-১৯ ধৰা পৰাত দক্ষিণ ত্ৰিপুৰাৰ মুহুৰিপুৰৰ লোকজনক শুকুৰবাৰে ত্ৰিপুৰাৰ গোবিন্দ বল্লভ পন্ট চৰকাৰী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। আৰু তাৰ পাছতই মানসিকভাৱে হতাশাত ভুগি আত্মহত্যা কৰে লোকজনে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি