হাস্পতালৰ তৃতীয় মহলাৰ পৰা জপিয়াই আত্মহত্যা কোভিড আক্ৰান্ত ৰোগীৰ…

হাস্পতালৰ তৃতীয় মহলাৰ পৰা জপিয়াই আত্মহত্যা কোভিড আক্ৰান্ত ৰোগীৰ…

ডিজিটেল ডেস্কঃ ত্ৰিপুৰাত চাঞ্চল্যকৰ ঘটনা। হাস্পতালৰ তৃতীয় মহলাৰ পৰা জপিয়াই আত্মহত্যা কোভিড আক্ৰান্ত ৰোগীৰ। আৰক্ষীৰ সুত্ৰত প্ৰকাশ পোৱা মতে ৰেপিড এন্টিজেন্ট টেষ্টত কোভিড-১৯ ধৰা পৰাত দক্ষিণ ত্ৰিপুৰাৰ মুহুৰিপুৰৰ লোকজনক শুকুৰবাৰে ত্ৰিপুৰাৰ গোবিন্দ বল্লভ পন্ট চৰকাৰী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। আৰু তাৰ পাছতই মানসিকভাৱে হতাশাত ভুগি আত্মহত্যা কৰে লোকজনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in