শেহতীয়া খবৰ
অৰুণাচল প্ৰদেশৰ মিয়াওত সেনাৰ ব্যাপক অভিযান... • অৰুণাচল প্ৰদেশৰ মিয়াওত সেনাৰ ব্যাপক অভিযান... • কোৰোনা ৰোগীক চিকিৎসালয়লৈ আনিবলৈ গৈ হঠাৎ পথৰ ওপৰতে ঢলি পৰিল এম্বুলেন্সৰ কৰ্মী... • দেহত কোভিডৰ লক্ষণ, চিকিৎসালয়ত ভৰ্তি বিজেপিৰ এজন ৰাষ্ট্ৰীয় মুখপাত্ৰ... • বন্তি শইকীয়াৰ সৈতে দিল্লীলৈ যোৱা কংকনজ্যোতি বৰাৰ কোৰোনা পৰীক্ষাৰ ফলাফল নিগেটিভ, কোৱাৰেন্টাইন কক্ষৰ পৰা উভতিল ঘৰলৈ • প্ৰৱজিত শ্ৰমিকৰ পৰা ৰে'লে ল'ব নোৱাৰিব ভাড়া, বিনামূলীয়াকৈ দিব লাগিব খাদ্য... • মৰ্মান্তিক ঘটনা! নুমলীগড়ত পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি... • লকডাউনত বিপদত পৰা দৰিদ্ৰ লোকৰ কাষত সমাজকৰ্মী পৰীক্ষিত দত্ত, বানপানীয়ে ক্ষতি কৰা এলেকাত ৰাইজৰ বাবে পাৰিলে কঠিয়া • নেপালত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ১,০৪২ গৰাকীলৈ বৃদ্ধি... • অসমত নতুনকৈ ৩৩ জন লোকৰ দেহত কোৰোনা ভাইৰাছ, ৮৩১লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা...

ত্ৰিপুৰাৰ ২টা লোকসভা সমষ্টিৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষণা

150
  • ত্ৰিপুৰাৰ ২টা লোকসভা সমষ্টিৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষণা।
  • ৱেষ্ট ত্ৰিপুৰা আৰু ইষ্ট ত্ৰিপুৰাৰ প্ৰাৰ্থীৰ নাম ঘোষণা।
  • ৱেষ্ট ত্ৰিপুৰাত সুবল ভৌমিকক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে দলটোৱে।
  • পূৰ্বে বিজেপিত আছিল সুবল ভৌমিক।
  • পৰৱৰ্তী সময়ত কংগ্ৰেছত যোগ দিছিল তেওঁ।
  • ইষ্ট ত্ৰিপুৰা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে প্ৰজ্ঞা দেৱ বৰ্মনক।
  • প্ৰজ্ঞা দেৱ বৰ্মন ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি প্ৰদ্যুৎ কিশোৰৰ জ্যেষ্ঠ ভগ্নী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি