হোলী উদযাপন নকৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে…

হোলী উদযাপন নকৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে…
  • সমগ্ৰ দেশতেই বৰ্তমান হোলীৰ আনন্দ-উচাহ।
  • সকলোৱে ইজনে-সিজনক ফাকু সানি পালন কৰিছে হোলী উৎসৱ।
  • কিন্তু হোলী উদযাপন ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে।
  • পুলৱামা কাণ্ডত শ্বহীদলৈ শ্ৰদ্ধা জনাই এই সিদ্ধান্ত গ্ৰহণ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীগৰাকীৰ।
  • হোলীৰ সময়ত কাম-কাজত ব্যস্ত থাকিব মুখ্যমন্ত্ৰীগৰাকী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in