ত্ৰিপুৰাত ৮ নং টি আৰ এছ বেটেলিয়ানৰ বাছ দুৰ্ঘটনাগ্ৰস্ত, আহত ২৯ জন জোৱান

ত্ৰিপুৰাত ৮ নং টি আৰ এছ বেটেলিয়ানৰ বাছ দুৰ্ঘটনাগ্ৰস্ত, আহত ২৯ জন জোৱান
  • সোমবাৰে ত্ৰিপুৰাত ৮ নং টি আৰ এছ বেটেলিয়ানৰ বাছ দুৰ্ঘটনাগ্ৰস্ত।
  • দুৰ্ঘটনাত আহত ৩০ টি আৰ এছ জোৱান।
  • বাৰামুৰাৰ পাৰ্বত্য অঞ্চলত নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় ৩০০ ফুট দ' খাৱৈত বাগৰিল বাছখন।
  • সংকটজনক অৱস্থাত ১৩জনক প্ৰেৰণ কৰা হৈছে আগৰতলালৈ।
  • মুঠ আহত ২৯ জনকৈ জোৱান।
  • আগৰতলাৰ লংতৰাই ভেলীৰ পৰা আহিছিল বাছখন।
  • ৫২জন জোৱান কঢ়িয়াই নিছিল দুৰ্ঘটনাগ্ৰস্ত বাছখনত।
  • ঝাৰখণ্ডলৈ ৰে'লেৰে যোৱাৰ বাবে আহিছিল জোৱানসকল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in