ত্ৰিপুৰাত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ১৬ গৰাকী

ত্ৰিপুৰাত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ১৬ গৰাকী
  • ত্ৰিপুৰাত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ১৬ গৰাকী লোক।
  • মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে এই কথা সদৰি কৰিছে।
  • মুঠ ৯৯৬ গৰাকী লোকৰ নুমনা সংগ্ৰহ কৰা হৈছিল।
  • তাৰে ১৬ জন লোকৰ কোৰোনা পজিটিভ পোৱা গৈছে।
  • শনিবাৰে কোৰোনাত আক্ৰান্ত হোৱা এই ১৬ জন লোকৰ আটাইকেইজনে মহাৰাষ্ট্ৰৰ পৰা আহিছিল।
  • তেওঁলোকক হাস্পতালত ভৰ্তি কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in