ত্ৰিপুৰাৰ মনু নৈত ডুবি প্ৰাণ হেৰুৱালে ২ বান্ধৱীয়ে

ত্ৰিপুৰাৰ মনু নৈত ডুবি প্ৰাণ হেৰুৱালে ২ বান্ধৱীয়ে
  • ত্ৰিপুৰাত অঘটন।
  • মনু নৈত ডুবি প্ৰাণ হেৰুৱাই দুগৰাকী বান্ধৱীয়ে।
  • বুধবাৰে নৈত গা ধুবলৈ গৈ প্ৰাণ হেৰুৱাইছিল ২ বান্ধৱীয়ে।
  • মৃত ২ বান্ধৱী দশম শ্ৰেণীৰ ছাত্ৰী বুলি জানিব পৰা গৈছে।
  • মৃত ছাত্ৰী দুগৰাকী সপ্তমী দেৱনাথ আৰু সঞ্চিতা দাস।
  • বুধবাৰে নিশা উদ্ধাৰ হয় দুয়োগৰাকী ছা্ত্ৰীৰ মৃতদেহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in