যোৰহাটত কংগ্ৰেছ-বিজেপিৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত নামিব তৃণমূল কংগ্ৰেছৰ মহিলা প্ৰাৰ্থী…

যোৰহাটত কংগ্ৰেছ-বিজেপিৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত নামিব তৃণমূল কংগ্ৰেছৰ মহিলা প্ৰাৰ্থী…
  • অসমতো লোকসভা নিৰ্বাচনৰ বাবে সাজু তৃণমূল কংগ্ৰেছ।
  • যোৰহাট লোকসভা সমষ্টিৰ পৰা তৃণমূল কংগ্রেছৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াব ৰিবুলয়া গগৈয়ে৷
  • কংগ্ৰেছৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁই আৰু বিজেপিৰ তপন গগৈৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত নামিব ৰিবুলয়া গগৈ।
  • নিৰ্বাচনত ফলাফল ভাল হ'ব বুলি আশাবাদী প্ৰাৰ্থী গৰাকী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in