সৰস্বতী পূজাৰ কাৰ্যসূচীতে বিধায়কক গুলীয়াই হত্যা…

সৰস্বতী পূজাৰ কাৰ্যসূচীতে বিধায়কক গুলীয়াই হত্যা…
  • পশ্চিম বংগৰ তৃণমুল কংগ্ৰেছৰ বিধায়ক সত্যজিৎ বিশ্বাসক গুলীয়াই হত্যা।
  • শনিবাৰে সন্ধিয়া অচিনাক্ত দুবৃৰ্ত্তই গুলীয়াই হত্যা কৰে নাদিয়া জিলাৰ কৃষ্ণানগৰৰ বিধায়ক গৰাকীক।
  • ঘটনা সংঘটিত হোৱাৰ লগে লগে আৰক্ষীলোক উপস্থিত হৈ বিধায়কগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে বিধায়কগৰাকীক।
  • ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ এটা বিশেষ গোটে আৰম্ভ কৰিছে তদন্ত।
  • বিধায়কগৰাকীক জলপাইগুৰিৰ ফুলবাড়ী অঞ্চলত গুলীয়ায় দুৰ্বৃত্তই।
  • ঘটনাৰ সময়ত বিধায়ক গৰাকীৰ লগত আছিল পশ্চিম বংগৰ মন্ত্ৰী ৰতন ঘোষ আৰু তৃণমূল কংগ্ৰেছৰ অন্য এজন নেতা গৌৰীশংকৰ দত্ত।
  • মৃত ৩৭ বছৰীয়া বিধায়ক জনৰ কিছুদিনৰ পূৰ্বে কৰাইছিল বিয়া।
  • তদন্তকাৰী আৰক্ষী দলে চি চি টিভিৰ ফুটেছ সংগ্ৰহ কৰি অব্যাহত ৰাখিছে তদন্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in