বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলীক শ্ৰদ্ধাঞ্জলী জ্ঞাপন বিজেপিৰ নেতা-কৰ্মীৰ

বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলীক শ্ৰদ্ধাঞ্জলী জ্ঞাপন বিজেপিৰ নেতা-কৰ্মীৰ
  • বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলীক শ্ৰদ্ধাঞ্জলী জ্ঞাপন বিজেপিৰ নেতা-কৰ্মীৰ।
  • কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষবৰ্ধন, পিয়ুষ গোৱেলে জনালে শ্ৰদ্ধাঞ্জলী।
  • ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ৰঘুবৰ দাসেও শেষ শ্ৰদ্ধা জ্ঞাপন কৰে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীক।
  • আবেলিলৈকে বিজেপিৰ মুখ্য কাৰ্যালয়তে ৰখা হ'ব অৰুণ জেটলীৰ নশ্বৰ দেহ।
  • তাৰ পিছত নিগমবোধ ঘাটত সম্পন্ন কৰা হ'ব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ অন্ত্যোষ্টিক্ৰিয়া।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in