শেহতীয়া খবৰ
মহানগৰীৰ লতাশিল আৰক্ষীৰ জালত ৩ মহিলা ড্ৰাগছ সৰবৰাহকাৰী  •  অৱশেষত আত্মসমৰ্পণ কৰিলে দীৰ্ঘদিনে পলাই ফুৰা এচিএছ বিষয়া নবাৰুন ভট্টাচাৰ্যই  •  বঙাইগাঁৱত খেদি খেদি দাৰে কাটি হত্যা এজনক  •  তৃতীয়খন টেষ্ট মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ইংলেণ্ডৰ জয়  •  নলবাৰীত ৰমেশ চন্দ্ৰ শৰ্মাৰ স্মৃতিচাৰণ-গ্ৰন্থ উন্মোচনী সভা  •  অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি নহয়! ধনদাবী কৰি ৰঙাঘৰত সোমাল জাতীয় সংগঠনৰ নেতা  •  সৰুপথাৰত প্ৰাণতোষ দাস সোঁৱৰণী বক্তৃতা প্ৰতিযোগিতা সম্পন্ন  •  মা, এয়া তোমাৰ জন্মদিনৰ উপহাৰ...  •  অভয়াপুৰীৰ কাকৈজানাত পথ দুৰ্ঘটনাত নিহত শিক্ষক  •  আগন্তুক বিটিএডি নিৰ্বাচনত শক্তিশালীভাৱে অৱতীৰ্ণ হ'ব বিজেপিঃ ওদালগুৰিত বিজেপিৰ ৰাজ্যিক সম্পাদক কিশোৰ উপাধ্যায়

স্কুল বাছৰ ওপৰত বাগৰি পৰিল প্ৰকাণ্ড গছ, কথমপি প্ৰাণৰক্ষা ১৭ শিশুৰ

155
  • কৰ্ণাটকৰ মাংগালুৰুত ভয়ংকৰ দুৰ্ঘটনা।
  • মাংগালুৰুৰ নানথুৰত এখন স্কুল বাছৰ ওপৰত বাগৰি পৰিল এডাল প্ৰকাণ্ড গছ।
  • দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা বাছখনৰ ভিতৰত থকা ১৭ টি শিশুৰ।
  • সামান্য পৰিমাণে আহত হৈছে কেইটিমান শিশু।
  • আহত কেইজনক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।
  • নেৰানেপেৰা বৰষুণৰ বাবেই গছডাল বাগৰি পৰা সন্দেহ কৰা হৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি