ৰাজ্যৰ গৃহ আৰু ৰাজ্যিক নিৰ্বাচনী আয়োগৰ নতুন সচিবঃ কাৰ্বি আংলং আৰু ওদালগুৰিত সলনি হ’ল উপায়ুক্ত…

ৰাজ্যৰ গৃহ আৰু ৰাজ্যিক নিৰ্বাচনী আয়োগৰ নতুন সচিবঃ কাৰ্বি আংলং আৰু ওদালগুৰিত সলনি হ’ল উপায়ুক্ত…
  • ৰাজ্যৰ কেইবাগৰাকীও উচ্চ পদস্থ বিষয়াক বদলি।
  • কাৰ্বি আংলঙৰ উপায়ুক্ত মুকুল কুমাৰ শইকীয়াক ৰাজ্যৰ গৃহ বিভাগৰ সচিব হিচাপে নিযুক্তি।
  • ইফালে ওদালগুৰিৰ জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘাৰফালিয়াক ৰাজ্যিক নিৰ্বাচনী আয়োগৰ সচিব হিচাপে নিযুক্তি দিয়া হৈছে।
  • বৰ্তমানৰ ৰাজ্যিক নিৰ্বাচনী আয়োগৰ সচিব এন জি চন্দ্ৰ ধীৰাজ সিনহাক কাৰ্বি আংলঙৰ উপাযুক্ত হিচাপে নিযুক্তি প্ৰদান।
  • ইফালে ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পুৰবী কোঁৱৰক ওদালগুৰিৰ উপায়ুক্ত হিচাপে নিযুক্তি প্ৰদান কৰিছে চৰকাৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in