তিনি জিলাৰ উপায়ুক্তক বদলি…

তিনি জিলাৰ উপায়ুক্তক বদলি…
  • ৰাজ্যৰ প্ৰশাসনত ব্যাপক সাল সলনি ।
  • এমাহৰ পূৰ্বে নিযুক্তি দিয়া বজালীৰ উপায়ুক্ত ভবানী প্ৰসাদ শৰ্মাক বদলি ।
  • ডব্লিউ পিটি সঞ্চালক প্ৰধানলৈ বদলি শৰ্মাক ।
  • মৃগেশ নৰায়ন বৰুৱাক নতুন উপায়ুক্ত হিচাপে নিযুক্তি ।
  • লক্ষীমপুৰৰ উপায়ুক্ত জীৱন বিককো বদলি ।
  • খৰ্গেশ্বৰ পেগু হ'ব লক্ষীমপুৰৰ নতুন উপায়ুক্ত ।
  • জীৱন বিক ধেমাজীৰ উপায়ুক্ত হিচাপে বদলি ।
  • সিদ্ধাৰ্থ সিঙক স্বচ্ছ,জল জীৱন মিছন,নীৰ পৰিমল পৰিযোজনৰ সঞ্চালক হিচাপে বদলি ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in