শেহতীয়া খবৰ
দিল্লীত হ্ৰাস পাইছে কোৰোনাঃ কাৰ্ফিউ শিথিলতাৰ প্ৰস্তাৱত অনুমোদন...  •  অসম সৌৰভ বঁটা গ্ৰহণৰ বাবে লাভলীনাক আনুষ্ঠানিক নিমন্ত্ৰণ অসম চৰকাৰৰ...  •  সীমাৰ ভাগ-বাটোৱাৰা  •  সীমাৰ ভাগ-বাটোৱাৰা  •  ৰঙাপৰাত আবকাৰী বিভাগৰ অভিযানত অৰুণাচলী সুৰাসহ এজনক আটক...  •  গোগামুখত পুৱাই উদ্ধাৰ সুগৰি পহুঃ সোৱণশিৰি বনাঞ্চলৰ পৰিৱৰ্তে কাজিৰঙাত কৰিব মুকলি...  •  গোৱালপাৰাৰ লক্ষীপুৰ আৰক্ষীৰ জালত দুই হত্যাকাৰী...  •  সোণৰ খনিৰ বাবে বিস্ফোৰক কঢ়িয়াই অনা ট্ৰাকত বিস্ফোৰণঃ ১৭ জন নিহত ৬০ জন আহত...  •  মঙলদৈ প্ৰেছ ক্লাৱত ঐতিহাসিক পথৰুঘাট ৰণ বিষয়ক আলোচনা চক্ৰৰ আয়োজন...  •  ৫০ বছৰীয়া হ'ল অৰুণাচলঃ সোণালী জয়ন্তী বৰ্ষৰ স্মৃতি যুগমীয়া কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ...

ৰাজ্যৰ প্ৰশাসনত সালসলনি…

  • ৰাজ্যৰ প্ৰশাসনত সালসলনি।
  • কেন্দ্ৰীয় ডেপুটেশ্যনত থকা আই এ এছ বিষয়া ড০ আশীষ কুমাৰ ভূটানীক কৃষি বিভাগৰ প্ৰিন্সিপাল চেক্ৰেটেৰী হিচাপে দায়িত্ব প্ৰদান।
  • ইয়াৰোপৰি ভূটানিক এ আৰ আই এ এছ চ’ছাইটিৰ প্ৰজেক্ট ডিৰেক্টৰ হিচাপেও অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছে।
  • আনহাতে এ আৰ আই এছ চ’ছাইটিৰ সঞ্চালক বিনোদ চেশানক মেডিকেল লিভ প্ৰদান কৰা হৈছে।
  • কৃষি, পশু পালন, ভেটেনিয়াৰী বিভাগৰ চেক্ৰেটেৰী অনন্ত লাল জ্ঞানীক কৃষি বিভাগৰ সঞ্চালকৰ অতিৰিক্ত দায়িত্ব প্ৰদান কৰিছে।
  • এই দায়িত্বতো আছিল বিনোদ চেশান।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি