ৰাজ্যৰ প্ৰশাসনত সালসলনি…

ৰাজ্যৰ প্ৰশাসনত সালসলনি…
  • ৰাজ্যৰ প্ৰশাসনত সালসলনি।
  • কেন্দ্ৰীয় ডেপুটেশ্যনত থকা আই এ এছ বিষয়া ড০ আশীষ কুমাৰ ভূটানীক কৃষি বিভাগৰ প্ৰিন্সিপাল চেক্ৰেটেৰী হিচাপে দায়িত্ব প্ৰদান।
  • ইয়াৰোপৰি ভূটানিক এ আৰ আই এ এছ চ'ছাইটিৰ প্ৰজেক্ট ডিৰেক্টৰ হিচাপেও অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছে।
  • আনহাতে এ আৰ আই এছ চ'ছাইটিৰ সঞ্চালক বিনোদ চেশানক মেডিকেল লিভ প্ৰদান কৰা হৈছে।
  • কৃষি, পশু পালন, ভেটেনিয়াৰী বিভাগৰ চেক্ৰেটেৰী অনন্ত লাল জ্ঞানীক কৃষি বিভাগৰ সঞ্চালকৰ অতিৰিক্ত দায়িত্ব প্ৰদান কৰিছে।
  • এই দায়িত্বতো আছিল বিনোদ চেশান।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in