ভিয়েটনামৰ ৰাষ্ট্ৰপতি ট্ৰান ডাই কুৱাঙৰ মৃত্যু

ভিয়েটনামৰ ৰাষ্ট্ৰপতি ট্ৰান ডাই কুৱাঙৰ মৃত্যু
  • ভিয়েটনামৰ ৰাষ্ট্ৰপতি ট্ৰান ডাই কুৱাঙৰ মৃত্যু।
  • দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল ৰাষ্ট্ৰপতিগৰাকী।
  • ৬১ বছৰ বয়সত মৃত্যু হয় ৰাষ্ট্ৰপতিগৰাকীৰ।
  • ২০১৬চনৰ ২ এপ্ৰিলৰ পৰা মৃত্যু পৰ্যন্ত এই পদত আছিল তেওঁ।
  • ১৯৫৬চনৰ ১২ অক্টোবৰত জন্ম হৈছিল ট্ৰান ডাই কুৱাঙৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in