ঘন কুঁৱলীৰ বাবে ১১ খন যাত্ৰীবাহী ৰে’ল সেৱা ব্যাহত

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • ঘন কুঁৱলীৰ আচ্ছাদনত নিতাল দিল্লী মহানগৰী।
  • ব্যাহত জীৱন যাত্ৰা।
  • নিৰ্ধাৰিত সময়তকৈ বহু পলমকৈ যাত্ৰা ১১ খন যাত্ৰীবাহী ৰে'লৰ।
  • পলম হৈছে বিমান সেৱাতো।
  • বিমান বন্দৰ আৰু ৰে'ল ষ্টেছনত যাত্ৰীৰ ভিৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in