এতিয়াৰ পৰা পোছাকত চি চি কেমেৰা আঁৰি ডিউটি কৰিব ট্ৰফিক আৰক্ষীয়ে…

এতিয়াৰ পৰা পোছাকত চি চি কেমেৰা আঁৰি ডিউটি কৰিব ট্ৰফিক আৰক্ষীয়ে…
  • তামিলনাডুত ট্ৰেফিক নিয়ম উলংঘন আৰু অপৰাধ প্ৰতিৰোধৰ বাবে নতুন কৌশল ট্ৰেফিক আৰক্ষীৰ।
  • কেৱল দুটা চকুৰেই নহয়, এতিয়া কেমেৰাৰ যোগেদিও কয়ম্বতুৰৰ ট্ৰেফিক নিয়মৰ ওপৰত কঢ়া নজৰ ৰাখিব ট্ৰেফিক আৰক্ষীয়ে।
  • তাৰ বাবে বুধবাৰে কয়ম্বতুৰ ট্ৰেফিক আৰক্ষীক প্ৰদান কৰা হৈছে ৭০ টা বডী-ৱৰ্ণ কেমেৰা।
  • কৰ্তব্যৰ সময়ত এই কেমেৰাসমূহ গাত লগাই লগাই ল'ব লাগিব ট্ৰেফিক আৰক্ষীয়ে।
  • যাৰ ফলত পথত সংঘটিত ট্ৰেফিক উলংঘন অথবা অপৰাধৰ দৃশ্য তাৎক্ষণিকভাৱে লাভ কৰিব কন্ট্ৰ'ল ৰূমে।
  • এই কাৰ্যৰ যোগেদি পথত সংঘটিত অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব বুলি আশাবাদী তামিলনাডু ট্ৰেফিক আৰক্ষী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in