শেহতীয়া খবৰ
ক্ষোভৰ জুইত জ্বলিছে দিশপুৰ! গুলী, লাঠি, কন্দোৱা গেছ একোকেই কেৰেপ কৰা নাই প্ৰতিবাদী জনতাই, বৰঝাৰত আৱদ্ধ খোদ মুখ্যমন্ত্ৰী...  •  ক্ষোভৰ জুইত জ্বলিছে দিশপুৰ! গুলী, লাঠি, কন্দোৱা গেছ একোকেই কেৰেপ কৰা নাই প্ৰতিবাদী জনতাই, বৰঝাৰত আৱদ্ধ খোদ মুখ্যমন্ত্ৰী...  •  কেব বিৰোধী প্ৰতিবাদত শংকিত ৰজাঘৰীয়া! ২৪ ঘণ্টাৰ বাবে অসমত বন্ধ ইন্টাৰনেট সেৱা...  •  ট্ৰেফিক পইণ্টৰ পাছত আৰক্ষীৰ সন্মুখতে বাছ জ্বলাই দিলে প্ৰতিবাদকাৰীয়ে...  •  অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ খবৰেই সঁচা হ’ল, অসমত বন্ধ ইন্টাৰনেট সেৱা...  •  কেব বিৰোধী প্ৰতিবাদক লৈ শংকিত কেন্দ্ৰঃ অসমলৈ প্ৰেৰণ অতিৰিক্ত অৰ্ধ সামৰিক বাহিনীৰ জোৱান...  •  প্ৰতিবাদকাৰীৰ উগ্ৰমূৰ্তি দেখি আৰক্ষীৰ পলায়ন...  •  প্ৰতিবাদকাৰীক খেদিবলৈ আৰক্ষীৰ পুনৰ পানী নিক্ষেপ... VIDEO  •  ছুপাৰমাৰ্কেটৰ ট্ৰেফিক পইণ্ট জ্বলালে প্ৰতিবাদকাৰীয়ে... EXCLUSIVE VIDEO  •  দিশপুৰত পানী মাৰি প্ৰতিবাদকাৰীক খেদিবলৈ চেষ্টা আৰক্ষীৰ...

এতিয়াৰ পৰা পোছাকত চি চি কেমেৰা আঁৰি ডিউটি কৰিব ট্ৰফিক আৰক্ষীয়ে…

1,505
  • তামিলনাডুত ট্ৰেফিক নিয়ম উলংঘন আৰু অপৰাধ প্ৰতিৰোধৰ বাবে নতুন কৌশল ট্ৰেফিক আৰক্ষীৰ।
  • কেৱল দুটা চকুৰেই নহয়, এতিয়া কেমেৰাৰ যোগেদিও কয়ম্বতুৰৰ ট্ৰেফিক নিয়মৰ ওপৰত কঢ়া নজৰ ৰাখিব ট্ৰেফিক আৰক্ষীয়ে।
  • তাৰ বাবে বুধবাৰে কয়ম্বতুৰ ট্ৰেফিক আৰক্ষীক প্ৰদান কৰা হৈছে ৭০ টা বডী-ৱৰ্ণ কেমেৰা।
  • কৰ্তব্যৰ সময়ত এই কেমেৰাসমূহ গাত লগাই লগাই ল’ব লাগিব ট্ৰেফিক আৰক্ষীয়ে।
  • যাৰ ফলত পথত সংঘটিত ট্ৰেফিক উলংঘন অথবা অপৰাধৰ দৃশ্য তাৎক্ষণিকভাৱে লাভ কৰিব কন্ট্ৰ’ল ৰূমে।
  • এই কাৰ্যৰ যোগেদি পথত সংঘটিত অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ’ব বুলি আশাবাদী তামিলনাডু ট্ৰেফিক আৰক্ষী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি