নিশা ১২ বজাৰ লগে লগে সমগ্ৰ দেশজুৰি ২১ দিনীয়া লকডাউন আৰম্ভ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • সমগ্ৰ দেশত প্ৰযোজ্য হ'ল লকডাউন।
  • নিশা ১২ বজাৰ লগে লগেই ২১ দিনৰ বাবে দেশজুৰি লকডাউন।
  • দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিছিল কোৰোনা ভাইৰাছৰ বাবে দেশজুৰি হ'ব লকডাউন।
  • ১৩০ কোটি দেশবাসীয়ে আৱদ্ধ কৰি ৰাখিব লাগিব নিজকে ঘৰৰ ভিতৰত।
  • তিনি সপ্তাহ ধৰি ঘৰৰ ভিতৰত থাকিব লাগিব দেশবাসী।
  • প্ৰধানমন্ত্ৰী মোডীৰ ঘোষণা- ইয়াৰ বিকল্প পথ আৰু নাই।
  • দীঘলীয়া হ'লেও যিকোনো পৰিস্থিতিত মানি লাগিব এই লকডাউন।
  • নহ'লে নিস্থাৰ নাই কোৰোনা ভাইৰাছৰ পৰা।
  • কোৰোনা ভাইৰাছৰ ভয়াৱহতা উপলব্ধি কৰিবলৈ দেশবাসীক আহ্বান প্রধানমন্ত্ৰীৰ।
  • অত্যাৱশ্যকীয় সেৱা আৰু সামগ্ৰীসমূহহে উপলব্ধ হ'ব এতিয়াৰ পৰা।
  • দেশত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫শৰো অধিক।
  • দিল্লীত মঙলবাৰে মৃত্যু ঘটে আন এজন ৰোগীৰ।
  • বিমান, ৰেল আৰু মেট্ৰ সেৱা সম্পূৰ্ণ ৰূপে ব্যাহত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in