পুনৰ ভাৰতত বৃ্দ্ধি কোৰোনাত আক্ৰান্ত হৈ মৃত্যুৰ সংখ্যা, পঢ়ক ক’ত কিমান লোক হৈছে আক্ৰান্ত, সবিশেষ UPDATES

পুনৰ ভাৰতত বৃ্দ্ধি কোৰোনাত আক্ৰান্ত হৈ মৃত্যুৰ সংখ্যা, পঢ়ক ক’ত কিমান লোক হৈছে আক্ৰান্ত, সবিশেষ UPDATES

সময়ঃ ২ এপ্ৰিল, ২০২০ৰ বিয়লি ৫ বজালৈ

বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ৯৫১,৯০৬ জন।

মৃত্যু হোৱা লোকৰ সংখ্যাঃ ৪৮,৩২০ জন।

আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃ ইটালীত (১৩,১৫৫জন)

আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত (২১৫,৩৫৭জন)

কোৰোনা ভাইৰাছত মৃত্যু হোৱা কেইখনমান দেশৰ তথ্য-

• আমেৰিকাঃ ৫,১১৩জন।
• ইটালীঃ ১৩,১৫৫জন।
• চীনঃ ৩,৩১৮জন।
• স্পেইনঃ ১০,০০৩জন।
• ইৰাণঃ ৩১৬০জন।
• ইংলেণ্ডঃ ২,৩৫২জন।
• ফ্ৰান্সঃ ৪০৩২জন।
• বাংলাদেশঃ ৬জন।
• পাকিস্তানঃ ৩১ জন।
• নেপালঃ ০ জন।
• ৰাছিয়াঃ ৩০জন।
• গ্ৰীচঃ ৫১জন।
• জাপানঃ ৫৭জন।
• ভাৰতঃ ৬২জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ২১,১৩জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ৬২জন।

ৰাজ্যজুৰি কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা-

  • মহাৰাষ্ট্ৰঃ ৩৩৯
  • কেৰালাতঃ ২৬৫
  • তামিলনাডুঃ ২৩৪
  • দিল্লীঃ ১৫২
  • অন্ধ্ৰপ্ৰদেশঃ ১৩২
  • ৰাজস্থানঃ ১৩১
  • তেলেংগানাঃ ১২৭
  • উত্তৰপ্ৰদেশঃ ১১৭
  • কৰ্ণাটকঃ ১২১
  • মধ্যপ্ৰদেশঃ ৯৮
  • গুজৰাটঃ ৮৭
  • জম্মু-কাশ্মীৰঃ ৬২
  • পঞ্জাৱঃ ৪৭
  • হাৰিয়ানাঃ ৪৭
  • পশ্চিমবংগঃ ৩৭
  • বিহাৰঃ ২৪
  • চণ্ডীগড়ঃ১৭
  • অসমঃ ১৬
  • লাডাখঃ ১৩
  • আন্দামান আৰু নিকোবৰঃ১০
  • চত্তীশগড়ঃ ৯
  • উত্তৰাখণ্ডঃ ৭
  • গোৱাঃ ৫
  • মণিপুৰঃ ২
  • অৰুণাচল প্ৰদেশঃ১
  • ঝাৰখণ্ডঃ১
  • মিজোৰামঃ১

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in