শেহতীয়া খবৰ
চিচিবৰগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে দুজন নিহত...  •  কোভিডৰ সংক্ৰমণৰ বাবে সুক্ষ্ম নিয়ন্ত্ৰণ কেন্দ্ৰ ঘোষণা কৰা অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ...  •  এচিয়াৰ দ্বিতীয় বৃহত্তম হাতীমূৰাস্থিত কলং উত্তোলিত জলসিঞ্চন আঁচনি এতিয়া ধোঁৱাচাঙত...  •  মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ সৰ্ম্পকত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ তীব্ৰ প্ৰতিবাদ  •  অসমত পুনৰ ৩৪৬৩জন কোভিড পজিটিভ, ৪২জনে হেৰুৱাইছে প্ৰাণ...  •  মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব তিনি মাহৰ দৰমহা...  •  মোৰাঝাৰত বিধ্বংসী অগ্নিকাণ্ড! দহ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি  •  সান্ধ্য আইনত সান্ধ্য ভ্ৰমণ সুখৰ নহ’ল! গীতামন্দিৰলৈ হঠাৎ আহিল আৰক্ষী...  •  ডুমডুমাত চুৰি কৰিবলৈ গৈ গণপ্ৰহাৰত মৃত্যু যুৱকৰ...  •  বকোৰ মাৰুতী ফুডচ কোম্পানীৰ চাউল কেলেংকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ নিৰ্লিপ্তাত ক্ষোভ প্ৰকাশ সদৌ অসম ছাত্ৰ সন্থাৰ

৩০ নৱেম্বৰ লৈ বন্ধ আতচবাজীৰ বিক্ৰী….

ডিজিটেল ডেস্ক : এইবাৰ দিপাৱলীত কৰিব নোৱাৰিব ফটকা অথবা আতচবাজীৰ ব্যৱহাৰ । দিল্লীৰ লগতে এনচিআৰ অঞ্চলত ৯ নৱেম্বৰৰ মাজৰাতিৰ পৰা ৩০ নৱেম্বৰলৈ আতচবাজী জ্বলোৱা আৰু বিক্ৰী সম্পূৰ্ণ নিষিদ্ধ কৰিছে।

ৰাষ্ট্ৰীয় সেউজ প্ৰাধীকৰনে সোমবাৰে এই সময়ছোৱাত আতচবাজী জ্বলোৱাটো প্ৰতিহত কৰাৰ উদ্দেশ্যে নতুন নিৰ্দেশ জাৰি কৰে।দিপাবলীৰ বাবে যাতে প্ৰদূষন হ্ৰাস পোৱাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। দিল্লীৰ আৰু চাৰিওফালৰ কমেও ১২ খন জিলাত এনজিটিৰ এই নিৰ্দেশনা প্ৰযোজ্য হ’ব।

এনজিটিয়ে লগতে দিল্লী আৰু এজিআৰ অঞ্চলতে নহয় সমগ্ৰ দেশৰ চহৰ সমূহতে এই নিৰ্দেশনা দিয়ে । প্ৰদূষনৰ স্থিতি থকা চহৰৰ সমূহত বন্ধ কৰাৰ নিৰ্দেশনা দিছে ।উচ্চতম ন্যায়ালয়ে প্ৰদূষণ স্বাভাৱিক হোৱা চহৰসমূহত জাৰী কৰাৰ বাবে ৰাতি ৮ ৰ পৰা ১০ বজালৈ জ্বলাব পাৰিব বুলি ব্যক্ত কৰে এনজিটিয়ে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি