শেহতীয়া খবৰ
মুজাফ্ফৰপুৰত একিউট এনকেফেলাইটিছ ছিণ্ড্ৰমত আক্ৰান্ত হৈ মৃত্যু হোৱা শিশুৰ সংখ্যা ১৩২ জনলৈ বৃদ্ধি  •  এছ ইউ ভি বাহনে মহতিয়াই নিলে পদপথত শুই থকা লোকক, নিহত ৩ শিশুসহ ৪জন  •  পথ দুৰ্ঘটনাত মন্ত্ৰী পুত্ৰসহ নিহত ৩  •  শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ প্ৰস্তুতি তুংগত  •  কিছু সময়ৰ পিছতে প্ৰকাশ পাব এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকা  •  মন্ত্ৰী নৱ দলেৰ গৃহ পঞ্চায়তত কৃষি বান্ধৰ দুৰ্নীতি, ২০ লাখৰ ঠাইত খৰচ নকৰিলে ১০ হাজাৰো, কাম নকৰাকৈয়ে সৰকালে ৮.৮০ লাখ টকা  •  ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ উদ্যােগত ৰোগীৰ অধিকাৰ দিৱস উদযাপন  •  ক্ৰিকেট বিশ্বকাপত অষ্ট্ৰেলিয়াৰ সন্মুখত শিৰণত আয়োজক দেশ ইংলেণ্ড  •  পৰস্ত্ৰীৰ অশ্লীল ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি ৰঙাঘৰত সোমাল বদৰপুৰৰ সেনা জোৱান  •  প্ৰাক্তন ক্ৰিকেটাৰ, গুৱাহাটী কমাৰ্চ কলেজৰ প্ৰাক্তন অধ্যক্ষ উমেশ শৰ্মাৰ দেহাৱসান

৩ বজাৰ আৰম্ভ নহয় ভাৰত-নিউজিলেণ্ডৰ মেচ…

122
  • ৩ বজাৰ আৰম্ভ নহয় ভাৰত-নিউজিলেণ্ডৰ মেচ।
  • বৰষুণৰ বাবে কৰিব নোৱাৰিলে টচ।
  • মেচ আৰম্ভ হোৱা ২-৩ ঘণ্টাৰ পূৰ্বেৰে পৰাই হৈ আছে বৰষুণ।
  • বতৰ বিজ্ঞান সংস্থাৰ মতে কিছুসময় ধৰি বতৰ ডাৱৰীয়া হৈয়ে থাকিব।
  • নিৰ্ধাৰিত সময়তকৈ কিছু পলমকৈ আৰম্ভ হ’ব খেলখন।
  • ট্ৰেণ্ট ব্ৰিজ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই খেল খন।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি