৩ বজাৰ আৰম্ভ নহয় ভাৰত-নিউজিলেণ্ডৰ মেচ…

৩ বজাৰ আৰম্ভ নহয় ভাৰত-নিউজিলেণ্ডৰ মেচ…
  • ৩ বজাৰ আৰম্ভ নহয় ভাৰত-নিউজিলেণ্ডৰ মেচ।
  • বৰষুণৰ বাবে কৰিব নোৱাৰিলে টচ।
  • মেচ আৰম্ভ হোৱা ২-৩ ঘণ্টাৰ পূৰ্বেৰে পৰাই হৈ আছে বৰষুণ।
  • বতৰ বিজ্ঞান সংস্থাৰ মতে কিছুসময় ধৰি বতৰ ডাৱৰীয়া হৈয়ে থাকিব।
  • নিৰ্ধাৰিত সময়তকৈ কিছু পলমকৈ আৰম্ভ হ'ব খেলখন।
  • ট্ৰেণ্ট ব্ৰিজ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব এই খেল খন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in