টকিঅ’ অলিম্পিকঃ প্ৰথম স্থানত থাকি সৌৰভ চৌধুৰীৰ মেডেল ৰাউণ্ডলৈ যোগ্যতা অৰ্জন

টকিঅ’ অলিম্পিকঃ প্ৰথম স্থানত থাকি সৌৰভ চৌধুৰীৰ মেডেল ৰাউণ্ডলৈ যোগ্যতা অৰ্জন
  • ১০ মিটাৰ এয়াৰ ৰাইফল ৰাউণ্ডত ভাৰতৰ সৌৰভ চৌধুৰীয়ে দেখাইছে আশাৰ ৰেঙনি।
  • অলিম্পিকৰ ১০ মিটাৰ এয়াৰ ৰাইফল শাখাত সৌৰভে মেডেল ৰাউণ্ডৰ বাবে অগ্ৰসৰ হৈছে।
  • প্ৰথম স্থানত থাকি মেডেল ৰাউণ্ডৰ বাবে যোগ্যতা অৰ্জন কৰিছে সৌৰভে।
  • আনহাতে আন এগৰাকী ভাৰতীয় শ্বুটাৰ অভিষেক বাৰ্মাই মেডেল ৰাউণ্ডত প্ৰৱেশৰ যোগ্যতা অৰ্জনত ব্যৰ্থ হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in