শেহতীয়া খবৰ
ৰাজ্যত পুনৰ ৪৫৯৩জন কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৬৮,৯৯৯ জনলৈ বৃদ্ধি...  •  ১৬ আগষ্টৰ পৰা পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ ব্যৱসায়িক প্ৰতিষ্ঠান থাকিব পাৰে খোলা...  •  ১৬ আগষ্টৰ পৰা পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ ব্যৱসায়িক প্ৰতিষ্ঠান থাকিব পাৰে খোলা...  •  কোভিড-১৯ঃ পুনৰ ৬জনে হেৰুৱালে প্ৰাণ, ৰাজ্যত মৃত্যু হোৱা লোকৰ সংখ্যা ১৬১জনলৈ বৃদ্ধি...  •  গোৱালপাৰাত একেদিনাই ১১০জন কোভিড পজিটিভ, জিলাখনত আক্ৰান্তৰ সংখ্যা ৭৯৮ জনলৈ বৃদ্ধি  •  ধেমাজিত পুনৰ ১৬২ গৰাকীৰ কোভিড পজিটিভ চিনাক্ত...  •  যোৱা ২৪ ঘন্টাত ৰাজ্যত ১,৪৩,১০৯জনৰ কোভিড টেষ্ট...  •  নাৰায়ণপুৰত মনিকাঞ্চন কলা নিকেতনৰ সত্ৰীয়া সংগীত সমাৰোহ...  •  বিটিচিৰ প্ৰাক্তন অধ্যক্ষ ত্ৰিদীপ দৈমাৰী কোৰোনাত আক্ৰান্ত...  •  নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত ধেমাজিৰ হাবুঙত ৫ শতাধিক গছ পুলি ৰোপন...

২৩ জুলাই, ২০২১ৰ পৰা অনুষ্ঠিত হ’ব টকিঅ’ অলিম্পিক…

1,184

ডিজিটেল ডেস্কঃ ঘোষণা হ’ল টকিঅ’ অলিম্পিক, ২০২০ অনুষ্ঠিত কৰাৰ দিন। ২০২১ চনৰ ২৩ জুলাইৰ পৰা অনুষ্ঠিত হ’ব টকিঅ’ অলিম্পিক। বিশ্বজুৰি কোৰোনা ভাইৰাছক লৈ সৃষ্টি হোৱা সন্ত্ৰাসৰ বাবে পিছুৱাই দিয়া হৈছিল সমগ্ৰ বিশ্ববাসীৰে দৃষ্টি নিবদ্ধ থকা টকিঅ’ অলিম্পিক অনুষ্ঠিত কৰাৰ তাৰিখ। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সন্থাৰে হোৱা আলোচনা মৰ্মে এই সিদ্ধান্ত লোৱা হৈছিল।

বিশ্ববাসীৰ অপেক্ষাৰ অন্ত পেলাই নতুনকৈ ঘোষণা হ’ল টকিঅ’ অলিম্পিক অনুষ্ঠিত কৰাৰ তাৰিখ। ইফালে ২৪ আগষ্টৰ পৰা ৫ চেপ্তেম্বৰলৈকে অনুষ্ঠিত হ’ব পেৰালিম্পিক গেমছ। পূৰ্বে ২৪ জুলাইৰ পৰা ৯ আগষ্ট, ২০২০লৈকে টকিঅ’ অলিম্পিক অনুষ্ঠিত কৰাৰ কথা আছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি