আজি বৰ্ষাপাৰাত সন্মান ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হ’ব ঘৰুৱা দল ভাৰত…

আজি বৰ্ষাপাৰাত সন্মান ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হ’ব ঘৰুৱা দল ভাৰত…
  • আজি বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব তৃতীয়খন টি-২০ ক্ৰিকেট মেচ।
  • ইতিমধ্যে ৩দিনীয়া শৃংখলাত ২-০ত শৃংখলা দখল কৰিছে আলহী দল ইংলেণ্ডৰ মহিলা ক্ৰিকেট টীমে।
  • সন্মান ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হ'ব ঘৰুৱা দল ভাৰত।
  • শৃংখলা দখলৰ পাছত অধিক আত্মবিশ্বাসী হৈ আছে ইংলেণ্ডৰ মহিলা ক্ৰিকেট টীম।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in